AHSEC Results – Assam HS Results 2023, Click here now

 

AHSEC Results

AHSEC Results – Assam Higher Secondary Education Council Results (HS Results) ঘোষণা কৰা হল। জানক কত, কেনেকৈ HS ৰ Results চাব, Percentage check কৰিব, Marksheet Download কৰিব।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে (AHSEC) আজি পুৱা ৯ বজাত (০৬/০৬/২০২৩) অসম উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিব। যিসকল ছাত্ৰ – ছাত্ৰীয়ে অসম HS পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেওঁলোকে এই LINK বোৰ CLICK কৰি এই WEBSITE বোৰত নিজৰ Results চাব পাৰিব:

https://resultsassam.nic.in/

https:/www.assamresult.in/

https://assamjobalerts.com/

http://www.indiaresults.com/select-state.htm

https://iresults.net/

https://www.results.shiksha/

 

 

আপোনাৰ অসম উচ্চতৰ মাধ্যমিকৰ (AHSEC) Results ফলাফল কেনেকৈ পৰীক্ষা কৰিব ?

AHSEC Results

  • AHSEC ৰ Official Website – ahsec.assam.gov.in, resultsassam.nic.in যাওক।
  • Home page ত (বেটুপাত) ‘Assam HS result 2023’ ৰ বাবে থকা Link ত click কৰক।
  • খালি স্থানত (box টোত) ৰোল নম্বৰটো দিয়ক।
  • HS result 2023 Assam results দেখা যাব।
  • অসমৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল check কৰক, অৰ্হতাৰ স্থিতি পৰীক্ষা কৰক আৰু ভৱিষ্যতৰ reference ৰ বাবে download কৰক।

Leave a comment