neet results 2023- Check your NEET Results here

ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা-স্নাতক- National Eligibility cum Entrance Test Undergraduate (NEET-UG) ২০২৩ৰ বহু প্ৰত্যাশিত ফলাফল ওলাইছে। যোৱা 7th May ত সমগ্ৰ ভাৰতৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ NEET-UG ২০২৩ পৰীক্ষা। Candidates NEET Official website neet.nta.nic.in বা ntaresults.nic.in ত তেওঁলোকৰ Score Check কৰিব পাৰে।

neet results 2023


Click here to check Results:

https://ntaresults.nic.in/resultservices/NEET-2023-auth


আপোনাৰ NEET 2023 ৰ Results কেনেকৈ পৰীক্ষা কৰিব?

  • আপোনাৰ Application নম্বৰ টাইপ কৰক।
  • জন্ম তাৰিখ দিয়ক।
  • Security Pin টাইপ কৰক।
  • Submit ত ক্লিক কৰক।

NEET Results 2023: সৰ্বোচ্চ যোগ্যতাসম্পন্ন প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ (UP) আৰু তাৰ পিছতে মহাৰাষ্ট্ৰ (Maharastra) আৰু ৰাজস্থানৰ(Rajesthan) বুলি NTA প্ৰকাশ কৰিছে।


NEET UG 2023 Result Catagory-wise :

এই বছৰ যোগ্যতা অৰ্জন কৰা শ্ৰেণী ভিত্তিক প্ৰাৰ্থী:

  • OBC- 525194
  • SC- 153674
  • ST- 56381
  • Gen- 312405
  • EWS- 98322

NEET UG 2023 Result: Topper সকলক লগ কৰক :

1. PRABANJAN J

2. BORA VARUN CHAKRAVARTH

3. KAUSTAV BAURI

4. PRANJAL AGGARWAL

5. DHRUV ADVAN

6. SURYA SIDDHARTH N

7. SHRINIKETH RAVI

8. SWAYAM SHAKTI TRIPATHY

9. VARUN S

10. PARTH KHANDELWAL


NEET UG 2023 Result Updates: NEET 2023 ৰ চিকিৎসা প্ৰৱেশ পৰীক্ষাত মুঠ 56.21% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। সাধাৰণ শাখাৰ Cut off যোৱা বছৰ 720-137 লৈ বৃদ্ধি কৰা হৈছিল। পূৰ্বে 715-117 আছিল।

Leave a comment