ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা-স্নাতক- National Eligibility cum Entrance Test Undergraduate (NEET-UG) ২০২৩ৰ বহু প্ৰত্যাশিত ফলাফল ওলাইছে। যোৱা 7th May ত সমগ্ৰ ভাৰতৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ NEET-UG ২০২৩ পৰীক্ষা। Candidates NEET Official website neet.nta.nic.in বা ntaresults.nic.in ত তেওঁলোকৰ Score Check কৰিব পাৰে।
Click here to check Results:
https://ntaresults.nic.in/resultservices/NEET-2023-auth
আপোনাৰ NEET 2023 ৰ Results কেনেকৈ পৰীক্ষা কৰিব?
- আপোনাৰ Application নম্বৰ টাইপ কৰক।
- জন্ম তাৰিখ দিয়ক।
- Security Pin টাইপ কৰক।
- Submit ত ক্লিক কৰক।
NEET Results 2023: সৰ্বোচ্চ যোগ্যতাসম্পন্ন প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ (UP) আৰু তাৰ পিছতে মহাৰাষ্ট্ৰ (Maharastra) আৰু ৰাজস্থানৰ(Rajesthan) বুলি NTA প্ৰকাশ কৰিছে।
NEET UG 2023 Result Catagory-wise :
এই বছৰ যোগ্যতা অৰ্জন কৰা শ্ৰেণী ভিত্তিক প্ৰাৰ্থী:
- OBC- 525194
- SC- 153674
- ST- 56381
- Gen- 312405
- EWS- 98322
NEET UG 2023 Result: Topper সকলক লগ কৰক :
1. PRABANJAN J
2. BORA VARUN CHAKRAVARTH
3. KAUSTAV BAURI
4. PRANJAL AGGARWAL
5. DHRUV ADVAN
6. SURYA SIDDHARTH N
7. SHRINIKETH RAVI
8. SWAYAM SHAKTI TRIPATHY
9. VARUN S
10. PARTH KHANDELWAL
NEET UG 2023 Result Updates: NEET 2023 ৰ চিকিৎসা প্ৰৱেশ পৰীক্ষাত মুঠ 56.21% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। সাধাৰণ শাখাৰ Cut off যোৱা বছৰ 720-137 লৈ বৃদ্ধি কৰা হৈছিল। পূৰ্বে 715-117 আছিল।