পেটৰ চৰ্বি কম কৰা উপায়

Reduce belly fat (পেটৰ চৰ্বি কম কৰা উপায়)

বন্ধুসকল, আপোনালোকে পেটৰ চৰ্বি কম কৰা উপায় বিচাৰি আছে নে কি?   পেটৰ চৰ্বি, যাক ‘belly fat’ বুলিও কোৱা হয়, পেট আৰু শৰীৰৰ ভিতৰৰ অংগৰ চাৰিওফালে জমা হোৱা এক নিৰ্দিষ্ট ধৰণৰ চৰ্বি। যেতিয়া পেটৰ চৰ্বিৰ অতিৰিক্ত পৰিমাণে থাকে তেতিয়া ই বিভিন্ন স্বাস্থ্যজনিত অৱস্থা যেনে ডায়েবেটিছ, হৃদৰোগ, কেন্সাৰ আদিৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। ফলত পেটৰ চৰ্বি … Read more