ওজন বা চৰ্বি কম কৰা টিপছ

Weight loose tip (ওজন বা চৰ্বি কম কৰা টিপছ)

বন্ধুসকল, আপোনলোকেও শৰীৰৰ ওজন বা চৰ্বি কম কৰা টিপছ বিচাৰি আছে নিকি ?? অত্যধিক চৰ্বি থকাটো মানুহৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত একাধিক ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। শৰীৰত অধিক পৰিমাণৰ চৰ্বি জমা হ’লে ইয়াৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যা যেনে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, আৰু কিছুমান বিশেষ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। অতিৰিক্ত ওজন থাকিলেও গাঁঠিবোৰ টান … Read more